৯৯ বছৰীয়া এগৰাকী বয়োজ্যেষ্ঠক ধৰ্ষণ। ক’ত ঘটিল এই ঘটনা?

ডিজিটেল ডেস্কঃ এগৰাকী ৯৯ বছৰীয়া বয়োজ্যেষ্ঠক ধৰ্ষণৰ অভিযোগত ৪৮ বছৰীয়া এটা লম্পটক আটক কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে লণ্ডনত। লণ্ডনৰ এগৰাকী ৯৯ বছৰীয়া ডিমেনচিয়া ৰোগীৰ চোৱা-চিতা এটা লম্পটে বৃদ্ধ গৰাকীক বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

পাছত মহিলাগৰাকীৰ ৰোমত থকা চিচি টিভি ফুটেজৰ পৰা এই সকলো কথা তেওঁৰ পৰিয়ালৰ লোকসকলে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লম্পটোক গ্ৰেপ্তাৰ কৰি এতিয়া তদন্ত অব্যাহত ৰাখিছে।

DA News PlusOld_WomanRapeuk
Comments (0)
Add Comment