তিনিচুকীয়াৰ জাগুনত হাতী-মানুহৰ সংঘাত

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ জাগুনত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ জাগুনৰ ফৰেষ্ট গাঁৱত নিশা হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ খাই শেষ কৰিলে নানা খাদ্য সামগ্ৰী ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল পৰিয়ালকেইটাৰ লোকসকলৰ ৷ বনাঞ্চল ধ্বংসৰ ফলতে হাতীয়ে এনেদৰে উপদ্ৰৱ চলোৱা বুলি ধাৰণা কৰিছে গাঁৱৰ ৰাইজে ৷

#ElephantAssamConflictDA News Plus
Comments (0)
Add Comment