দিল্লীত সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ যুৱতীৰ প্ৰথম স্থান

ডিজিটেল ডেস্কঃ দিল্লীত আয়োজিত সৌন্দৰ্য প্ৰতিযোগিতাত নগাঁৱৰ কামপুৰৰ যুৱতীৰ প্ৰথম স্থান দখল৷ নয়ডাত আয়োজিত ৰয়েল ইণ্ডিয়া ইণ্টাৰনেচনেল বিউটি পেজেণ্টত প্ৰথম স্থান লাভ কৰিলে কামপুৰৰ বৰষা ৰাণী বৰাই৷

প্ৰতিযোগিতাখনত ৯০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই ৯০০ প্ৰতিযোগীৰ মাজৰ পৰা প্ৰথম স্থান দখল কৰে বৰষাই

Beauty_PageantsDA_News_Plus
Comments (0)
Add Comment