প্ৰস্ৰাৱ বিক্ৰী কৰি এৰাতিতে কোটিপতি হ’ল মডেল

ডিজিটেল ডেস্কঃ ইন্টাৰনেটৰ জৰিয়তে ৰমৰমা ব্যৱসায় কৰি আছে এগৰাকী মাৰ্কিন সুন্দৰীয়ে।প্ৰস্ৰাৱ বিক্ৰী কৰি কোটিপতি হৈছে এইগৰাকী মডেল।এটা প্ৰস্ৰাৱৰ কাপত ভাৰতীয় মূল্য ৫২০০ টকা। মডেল গৰাকীৰ নাম কেকটাছ কিউটি। ইতিমধ্যে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে মডেল গৰাকীৰ কাৰ্যই। মডেলিঙৰ প্ৰফেছন এৰি অনলাইনৰ যোগেদি নিজৰ প্ৰস্ৰাৱ বিক্ৰী কৰাৰ এক আচৰিত ব্যৱসায় আৰম্ভ কৰিছে কেকটাছে। কেকটাছৰ ফেন সকলে ক্ৰয় কৰে এই প্ৰস্ৰাৱ। সুন্দৰী গৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱ কৰাৰ ভিডিঅ’ চাইয়ে ফেনসকলে প্ৰস্ৰাৱ ক্ৰয়ৰ অৰ্ডাৰ কৰিবলৈ আৰম্ভ কৰে।

মডেল গৰাকীৰ প্ৰস্ৰাৱৰ কাপত থাকে সুগন্ধি ফুলৰ গোন্ধ। পৰিমাণ অনুযায়ী দাম ভিন্ন ভিন্ন হয় এই প্ৰস্ৰাৱৰ। নিম্ন কাপটোৰ মূল্যই ভাৰতীয় মূল্যত ৫২০০ টকা।মডেল গৰাকীয়ে জনায়, ফেন সকলে বৰফ তৈয়াৰ কৰে এই প্ৰস্ৰাৱৰ পৰা। মাৰ্কিন মডেল গৰাকীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০০ হাজাৰ মাৰ্কিন ডলাৰ। স্বাহ্যৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ-দুবাৰতকৈ অধিক ভিডিঅ’ নকৰে সুন্দৰী কেকটাছে।

DA News PlusKactus KutieMarkinModel
Comments (0)
Add Comment