ক’ৰনাৰ বাবে স্হগিত’ টাইগাৰ ৩’ ছবিৰ শ্বুটিংগ


ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ বৃদ্ধি অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা। ক’ৰনাৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশৰ কেইবাখনো ৰাজ্যত কঠোৰ নিশেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰ মাজতে বলিউদৰ আহিবলগীয়া নতুন ছবি চলমান খান আৰু কেটৰীনা কাঈফ অভিনীত’ টাইগাৰ ৩’ ছবিৰ শ্বুটিংগ বন্ধ কৰা হৈছে। জানিবপৰা মতে, এই শ্বুটিংগ দিল্লীত চলি আছিল।

দিল্লীত ক’ভিডৰ ভয়াৱহ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ইয়াৰ লগত সংগতি ৰাখিয়েই শ্বুটিংগ বন্ধ কৰাৰ সিন্ধান্ত লোৱা হৈছে।

BollywoodDA_News_PlusPostponedShooting_scheduleTiger_3
Comments (0)
Add Comment