জয়পুৰত ৯ জন ব্যক্তিৰ দেহত ধৰা পৰিছে অ’মাইক্ৰন

ডিজিটেল ডেস্ক: ৰাজস্থানত দেওবাৰে  কোভিড-১৯ৰ  অমাইক্ৰন ভেৰিয়েন্টৰ ঌটা ঘটনা চিনাক্ত কৰা হৈছে। ২৮ নৱেম্বৰত জয়পুৰত এখন বিবাহৰ অংশ হোৱা ৯ জন লোকৰ দেহত কোভিড ভাইৰাছৰ নতুন ভেৰিয়েন্টটো ধৰা পৰিছে।
চিকিৎসা শিক্ষা সচিব বৈভৱ গালৰিয়াই সদৰি কৰিছে যে নজনৰ ভিতৰত চাৰিজন কিছুদিন আগতে দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল। আৰু তেওঁলোকক  ৰাজস্থান স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত (RUSH) ভৰ্তি কৰোৱা হৈছে, আনহাতে বাকী পাঁচজনক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছে।

জয়পুৰৰ চি এম এইচ অ’ নৰোত্তম শৰ্মাই সদৰি কৰে যে:”The four had arrived in Jaipur from South Africa on November 25 and attended a wedding on November 28. Then, one of their relatives in Janta Colony had his Covid test conducted on December 1, which returned positive. So our team reached their home and found four more persons to be Covid positive on December 2″

RUSH-ৰ অধীক্ষক ড. অজিত সিঙে জনোৱা অনুসৰি “All four admitted there are fine and “asymptomatic. They don’t have a cough or fever. We’ve been conducting the required tests, CT scan, blood tests, etc. and they’ve returned normal. The four haven’t had any complaints since the beginning, but owing to their travel history and Covid positive status, we had to be cautious.” He said that those in home quarantine too are “doing fine.”

#DA_News_Plus#Omicron#Rajasthan
Comments (0)
Add Comment