ইতিহাস ৰচিলে নিউজিলেণ্ডৰ এজাজ পেটেলে

ডিজিটেল ডেস্কঃচলিত ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয়খন টেষ্টত ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে। জিম লেকাৰ আৰু অনিল কুম্বলেৰ পিছত এটা ইনিংছত ১০ টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হ’ল এজাজে। মুম্বাইত জন্ম গ্ৰহণ কৰা পেটেলৰ এই সাফল্যক সকলো অনুৰাগীয়েই উত্সাহ জনাইছে।

#Cricket#DA_News_Plus#India#Newzealand
Comments (0)
Add Comment