হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা

ডিজিটেল ডেস্কঃজনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চলিত বৰ্ষৰ চ্যুকাফা বঁটা ঘোষণা কৰে। সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই বঁটা ঘোষণা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ।

বঁটা ঘোষণাৰ পিছতেই কণ্ঠশিল্পী গৰাকীৰ অনুৰাগী সকল উৎফুল্লিত হৈ পৰিছে।

#Award#DA_News_Plus#Zubeen_garg
Comments (0)
Add Comment