লিঅ’নেল মেছিৰ আন এক অভিলেখ, সপ্তমবাৰৰ বাবে মেছিলৈ ব্যালন ডি’অৰ বঁটা

ডিজিটেল ডেস্কঃ আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে পুনৰ লাভ কৰে ব্যালন ডি’অৰ বঁটা। পেৰিছৰ থিয়েটাৰ ডু চেটেলেটত আয়োজন কৰা হ’য় বঁটা প্ৰদান অনুস্থান।

৩৪ বছৰীয়া মেছিয়ে পৰ্তুগালৰ ফুটবলাৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো আৰু বায়াৰ্ণ মিউনিখৰ তাৰকা ফুটবলাৰ ৰবাৰ্ট লেভানডস্কিক অতিক্ৰম কৰি এই বঁটা লাভ কৰে। ইয়াৰ পূৰ্বে মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫ আৰু ২০১৯ চনতো বেলন ডি’অৰ বঁটা পাবলৈ সক্ষম হৈছিল।

#Award#Da News Plus#Lionel Messi#Sports
Comments (0)
Add Comment