মহেন্দ্ৰ সিং ধোনীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দ্বিতীয়খন ছবি


ডিজিটেল ডেস্ক: “Roohi” ৰ জনপ্ৰিয়তাৰ পিছতেই বলীউড অভিনেতা ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰ সাজু হৈছে তেওঁলোকৰ পৰৱৰ্তী ছবি “মিষ্টাৰ এণ্ড মিচেছ মাহী” ৰ বাবে। দুয়োকে কৰণ জোহৰৰ পৰৱৰ্তী ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ত একেলগে দেখা যাব। ছবিখনত ৰাজকুমাৰ আৰু জাহ্নৱীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব আৰু ছবিখন পৰিচালনা কৰিব পৰিচালক শৰণ শৰ্মাই।


এই ছবিখনে ২০২২ চনৰ ৭ অক্টোবৰত মুক্তিলাভ কৰিব। ছবিখনত ৰাজকুমাৰ ৰাৱে মাহীৰ চৰিত্ৰত অভিনয় কৰিব। ছবিখনৰ জৰিয়তে তেওঁলোকৰ এক সপোন পূৰণ হ’ব বুলিও ঘোষণা কৰে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে। ছবিখনৰ জৰিয়তে তেওঁলোকৰ এক সপোন পূৰণ হ’ব বুলিও ঘোষণা কৰে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে।

BollywoodDA News Plus
Comments (0)
Add Comment