হাৰিয়ানাৰ চিকিৎসকে খালে গোবৰ ,সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

ডিজিটেল ডেস্কঃ ডাক্তৰ মনোজ মিত্তালৰ এটা ভাইৰেল ভিডিঅ’ই চকু কপালত তুলিছে জনতাৰ। হাৰিয়ানাৰ চিকিৎসক মিত্তালে ভিডিঅ’টোৰ জৰিয়তে গোবৰ আৰু প্ৰস্ৰাৱ খোৱাৰ লাভালাভৰ বিষয়ে জনাইছে জনতাক।

ভিডিঅ’টোত তেওঁ মাটিৰ পৰা সামান্য পৰিমানৰ গোবৰ তুলি খোৱা দেখা যায়। আৰু তেওঁ কয় যে তেওঁৰ মাতৃয়ে গৰুৰ গোবৰ খাই উপবাস ভংগ কৰে। উল্লেখ্য যে, গোবৰ খালে আমাৰ শৰীৰ, মন আৰু আত্মাক বিশুদ্ধ কৰে বুলি তেওঁ ভিডিঅ’টোত দাবী কৰে।

DA News PlusHariana
Comments (0)
Add Comment