আজি গুৰুনানকৰ আবিৰ্ভাৱ তিথি

ডিজিটেল ডেস্কঃ আজি গুৰুনানকৰ আৰ্বিভাৱ তিথি ৷ আজিৰ দিনটোতে ১৪৬৯ চনত জন্মগ্ৰহণ কৰিছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা গুৰুনানকে ৷ দেশে-বিদেশে আজি শিখ ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে গুৰুজনাৰ আৰ্বিভাৱ তিথি ৷

গুৰুদ্বাৰসমূহত আয়োজন কৰিছে প্ৰাৰ্থনা সভাৰ ৷

BirthdayDaNewsPlusGurunanak
Comments (0)
Add Comment