মুকলি হ’ল জুবিন গাৰ্গৰ নিজা ইউটিউব চেনেল

ডিজিটেল ডেস্ক: আজি  হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন। জন্মদিনৰ দিনাই মুকলি কৰিলে জুবিন গাৰ্গৰ নিজা ইউটিউব চেনেল Zubeen Garg Music।

অনুৰাগীৰ উপস্থিতিত জ্যোতি চিত্ৰবনত মুকলি কৰা হয় চেনেলটো। চেনেলটোত থাকিব জুবিনৰ ন-পুৰণি গীতৰ সমাহাৰ।নৱপ্ৰজন্মৰ কন্ঠশিল্পী, গীতিকাৰ-সুৰকাৰসকলে এই চেনেলটোত মুকলি কৰিব পাৰিব নিজৰ সৃষ্টি।

DA NewsZubeen Garg
Comments (0)
Add Comment