ৰাজনৈতিক নেত্ৰীৰ ৰূপত অভিনেত্ৰী দিব্যা খোচলা কুমাৰ, স্মৃতি ইৰাণীক অনুসৰণ

ডিজিটেল ডেস্কঃশীঘ্ৰেই মুক্তি পাব লগীয়া ছবি ‘সত্যমেৱ জয়তে ২’ ৰ জৰিয়তে বহু বিৰতিৰ অন্তত পুনৰ পৰ্দাত দেখিবলৈ পাব অভিনেত্ৰী দিব্যা খোচলা কুমাৰক। অভিনেত্ৰী গৰাকীক এইবাৰ এগৰাকী ৰাজনৈতিক নেত্ৰীৰ চৰিত্ৰত দেখিবলৈ পাব দৰ্শকে।

চৰিত্ৰটিৰ বাবে ৰাজনৈতিক নেত্ৰী স্মৃতি ইৰাণীক অনুসৰণ কৰিছিল অভিনেত্ৰী গৰাকীয়ে। অহা ২৫ নৱেম্বৰত মুক্তি পাব মিলাপ মিলান পৰিচালিত ‘সত্যমেৱ জয়তে ২’। ছবি খনত বলিউডৰ তাৰকা জন আব্ৰাহামেও অভিনয় কৰিছে।

BollywoodDA News PlusSatyamevjayate 2
Comments (0)
Add Comment