দেৰগাঁৱৰ দেৱজিতে কঢ়িয়াই আনিলে গৌৰৱ

ডিজিটেল ডেস্ক: ইণ্ডিয়া বুক অফ ৰেকৰ্ডত দেৰগাঁৱৰ যুৱক দেৱজিত কাথাৰে সন্নিৱিষ্ট কৰিলে নিজৰ নাম। ১ মিনিটত ১০০ বাৰ ফ্লৰ পাঞ্চ কৰি গঢ়িলে এই ৰেকৰ্ড।

২০০১ চনৰ আন্তঃজিলা ‌‌‍বক্সিঙৰ গ’ল্ড মডেলিষ্ট আছিল দেৱজিত। কিন্তু এক আকস্মিক দুৰ্ঘটনাৰ বাবে বাদ দিছিল বক্সিঙ। ২০২০ চনত লকডাউনত কৰা কঠোৰ অনুশীলন আৰু সাধনাৰ ফলত দেৱজিতে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অন্তৰ্গত একাদশ অসম আৰক্ষী বাহিনীৰ এজন কৰ্মৰত বিষয়াৰ পুত্ৰ দেৱজিত কাথাৰ

DA News PlusDergaonindia book of record
Comments (0)
Add Comment