T20 বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত নামিব নিউজিলেণ্ড-অষ্ট্ৰেলিয়া

ডিজিটেল ডেস্কঃ দেওবাৰে T20 বিশ্বকাপৰ খিতাপ দখলৰ যুঁজ ৷ চলিত T20 বিশ্বকাপৰ খিতাপ দখলৰ বাবে যুঁজত নামিব নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ৷ ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত আজি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব ফাইনেল খেলখন ৷

নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াই পূৰ্বে কেতিয়াও T20 বিশ্বকাপৰ খিতাপ দখল কৰা নাই ৷ সেয়ে আজি এই চূড়ান্ত খেলত প্ৰতিপক্ষক হেৰুৱাই খিতাপ দখলৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব দল দুটাই ৷ এখন উত্তেজনাপূৰ্ণ ফাইনেলৰ বাবে এতিয়া বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে ৷

AustraliaCricketDA News PlusNewzealandT20 worldCup
Comments (0)
Add Comment