ডিগবৈ আৰক্ষীৰ বৃহৎ সফলতা, ডিগবৈত ড্ৰাগছ্‌ সহ দুই ড্ৰাগছ ব্যবসায়ীক আটক

ডিজিটেল ডেক্সঃ সমগ্ৰ অসমত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাৰ সময়তে ডিগবৈৰ আৰক্ষীয়ে ডিগবৈত ড্ৰগছ্সহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি ডিগবৈৰ আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰা ডিগবৈৰ অভিমুখে ড্ৰাগছ আনি থকাৰ অৱস্হাতে আটক কৰে ব্যবসায়ী দুজনক।

কাৰ্বি আংলঙৰ ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে ৰাজু বেনাৰ্জী আৰু ফাইজুল ইছলাম বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত আছে বুলি ডিগবৈ আৰক্ষীয়ে জানিবলৈ দিছে।

DA News PlusDigboiDrugs
Comments (0)
Add Comment