এতিয়াৰে পৰা গুৱাহাটীত মন গ’লেও যিকোনো স্থানত পেলাব নোৱাৰিব পিক
- মহানগৰীৰ সৌন্দৰ্যবৰ্ধনক লৈ বিশেষ তৎপৰতা
- এতিয়াৰ পৰা যিকোনো ঠাইত বেনাৰ-পোষ্টাৰ লগোৱাত বাধা
- GMCৰ অনুমতি নোহোৱাকৈ লগাব নোৱাৰিব পোষ্টাৰ
- গুৱাহাটীৰ বিভিন্ন ঠাইত থু-পিক পেলোৱাক লৈ সাৱধানবাণী
- নিয়ম ভংগ হ’লে কঠোৰ ব্যৱস্থা লৈ ৰুজু কৰিব গোচৰ
- মহানগৰীক চাফ-চিকুণ কৰি ৰাখিবলৈ আয়ুক্তৰ অনুৰোধ
- পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদমেলত ঘোষণা
- ঘৰৰ জাৱৰ দিবৰ বাবে যোগাযোগৰ নম্বৰ 73990 03003
- অবৈধ পোষ্টাৰ লগোৱা, থু-পিক পেলোৱা লোকৰ ফটো আহ্বান
- ফটো দিওঁতাক GMC কৰ্তৃপক্ষই প্ৰদান কৰিব ১ হাজাৰ টকা
- GMC-এ অচিৰে মুকলি কৰিছে ৪টা WhatsAppন নম্বৰ
- GMCক ফটো তুলি দিব পাৰিব তলৰ নম্বৰকেইটাত
- 8811007000, 7399003001, 7399003002, 7399003004
- বৰ্তমান লগাই থোৱা বেনাৰ-পোষ্টাৰ আঁতৰাবলৈ ১৫ দিন
- বুধবাৰৰ পৰাই মহানগৰীত প্ৰযোজ্য হ’ব এই নিয়ম
- শাস্তি বিহিব নতুন পথসেতুত জন্মদিনৰ পাৰ্টী পতাসকলৰ
- সোমবাৰে জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰিছিল একাংশই
- আজিৰ পৰাই অসামাজিক কামৰ বিৰুদ্ধে ল’ব ব্যৱস্থা
- GMC-এ গোচৰ ৰুজু কৰি আৰক্ষীৰ দ্বাৰা ল’ব ব্যৱস্থা
- গুৱাহাটীক লেতেৰা কৰা লোকৰ বিৰুদ্ধে জৰিমনাৰ ব্যৱস্থা
- পদপথত দোকান দিয়া নিবনুৱাৰ বাবে হ’ব ভেণ্ডিং জ’ন
- গুৱাহাটীত সকলো ঠাইতে বহুৱাব নোৱাৰিব দোকান
- বৰ্তমান থকা ২৪টাৰ পৰা বৃদ্ধি কৰা হ’ব ভেণ্ডিং জ’ন
- ৰাজহুৱা প্ৰস্ৰাৱগাৰ বঢ়োৱাৰো লক্ষ্য GMCৰ আয়ুক্তৰ
- বহু মল, চিনেমা হল, হাস্পতালৰ ৰাজহুৱা মাটিত পাৰ্কিং
- ৰাজহুৱা মাটিৰ পাৰ্কিঙৰ ধন লোৱাসকলৰ ক্ষেত্ৰত হ’ব কঠোৰ
- আজিৰ তাৰিখত গুৱাহাটীত ৫৪টা স্থায়ী পাৰ্কিং আছে
- ইয়াৰে ৭টাকহে ধন ল’বলৈ অনুমতি প্ৰদান কৰা হৈছে
- সংবাদমেলত ঘোষণা পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ