চলচ্চিত্ৰ প্ৰেমীসকললৈ সুখবৰ,শীঘ্ৰে ছবিগৃহলৈ আহি আছে ছলমান খানাৰ নতুন ছবি

ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ প্ৰেমীসকললৈ সুখবৰ । ২৬ নৱেম্বৰত ছবিঘৰলৈ আহিব ছলমান খান অভিনীত চলচ্চিত্ৰ ‘অন্তিম-দ্য ফাইনেল ট্ৰুথ ৷ ছবিখনৰ প্ৰচাৰক লৈ তৎপৰ হৈ পৰিছে অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকল ৷

অভিনেতা ছলমান খানো বৰ্তমান ব্যস্ত অন্তিমৰ প্ৰচাৰত ৷ মহেশ মাঞ্জেৰকাৰ পৰিচালিত চলচ্চিত্ৰখনত ছলমান খানক দেখা যাব এগৰাকী শিখ আৰক্ষীৰ ভূমিকাত ৷ ছলমান খানৰ লগতে অভিনেতা আয়ুশ শৰ্মাও আছে ‘অন্তিম’ৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত ৷

DA News PlusSalman Khan
Comments (0)
Add Comment