থাওৰাত বিপুল ভোটত বিজয়ী বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই

🟥 থাওৰাত বিপুল ভোটত বিজয়ী বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই

🟥 বিপুল ভোটৰ ব্যৱধানত জয়লাভ সুশান্ত বৰগোহাঁইৰ
🟥 ৩০,১৪২টা ভোটৰ ব্যৱধানত জয়লাভ বৰগোহাঁইৰ

🟥 আনুষ্ঠানিক ঘোষণাহে বাকী।

🟥 বিৰোধীক উফৰাই থাওৰা সমষ্টি দখল বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ ।

By PollDA News PlusResult
Comments (0)
Add Comment