অসম চৰকাৰে কেবিনেট বৈঠকৰ জৰিয়তে দিলে কেইবাটাও ভাল খবৰ
- ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- শিক্ষক-কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত
- এতিয়াৰে পৰা অৱসৰৰ পিছতে লাভ কৰিব পেন্সন
- সচিবালয়লৈ পঠিয়াব নালাগে পেন্সনৰ কাগজ
- ‘কৃতজ্ঞতা’ এপৰ জৰিয়তে আৱেদন কৰি লাভ কৰিব পেন্সন
- এমট্ৰনে প্ৰতিখন জিলাত স্থাপন কৰিব পেন্সন সেৱা কেন্দ্ৰ
- নিজে কৰিব নোৱাৰিলে সহায় কৰিব এমট্ৰনৰ কৰ্মচাৰীয়ে
- এতিয়াৰে পৰা পেন্সনাৰসকলে উলিয়াব পাৰিব ৩ লাখ টকালৈ
- ৮খন মেডিকেল কলেজত থাকিব পেন্সনাৰ ব’ৰ্ড
- NIC প’ৰ্টেলৰ জৰিয়তে পেন্সনাৰৰ জীৱিতৰ প্ৰমাণ দিব
- লাভলীনা বৰগোহাঁইক DSP প্ৰবেচনাৰ নিযুক্তিত অনুমোদন
- ধান ক্ৰয়ত মিনিমাম ছাপ’ৰ্ট প্ৰাইচৰ বাবে ৱৰ্কিং কেপিটেল
- ১৬০ কোটি টকাৰ পুঁজি ধাৰ্য ৰাজ্য চৰকাৰৰ
- ১৮ৰ পৰা ২২লৈ বৃদ্ধি দেউৰী স্বায়ত্ত পৰিষদৰ আসন
- ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটী ৰেঞ্জাৰলৈ সমহাৰত ইউনিফৰ্ম
- ক’ভিড ভেকচিনত Front Line Health Workerক জলপানি
- ১০,৮৫৪গৰাকী ANMক এই জলপানি
- ৯,৪২০গৰাকী ভেৰিফায়াৰেও লাভ কৰিব জলপানি
- ৩২,৭০০ আশা কৰ্মীয়েও লাভ কৰিব এই জলপানি
- অসম আৰোগ্য নিধিৰ পৰা দিয়া হ’ব এই ধন