অসম চৰকাৰে কেবিনেট বৈঠকৰ জৰিয়তে দিলে কেইবাটাও ভাল খবৰ

  • ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • শিক্ষক-কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত
  • এতিয়াৰে পৰা অৱসৰৰ পিছতে লাভ কৰিব পেন্সন
  • সচিবালয়লৈ পঠিয়াব নালাগে পেন্সনৰ কাগজ
  • ‘কৃতজ্ঞতা’ এপৰ জৰিয়তে আৱেদন কৰি লাভ কৰিব পেন্সন
  • এমট্ৰনে প্ৰতিখন জিলাত স্থাপন কৰিব পেন্সন সেৱা কেন্দ্ৰ
  • নিজে কৰিব নোৱাৰিলে সহায় কৰিব এমট্ৰনৰ কৰ্মচাৰীয়ে
  • এতিয়াৰে পৰা পেন্সনাৰসকলে উলিয়াব পাৰিব ৩ লাখ টকালৈ
  • ৮খন মেডিকেল কলেজত থাকিব পেন্সনাৰ ব’ৰ্ড
  • NIC প’ৰ্টেলৰ জৰিয়তে পেন্সনাৰৰ জীৱিতৰ প্ৰমাণ দিব
  • লাভলীনা বৰগোহাঁইক DSP প্ৰবেচনাৰ নিযুক্তিত অনুমোদন
  • ধান ক্ৰয়ত মিনিমাম ছাপ’ৰ্ট প্ৰাইচৰ বাবে ৱৰ্কিং কেপিটেল
  • ১৬০ কোটি টকাৰ পুঁজি ধাৰ্য ৰাজ্য চৰকাৰৰ
  • ১৮ৰ পৰা ২২লৈ বৃদ্ধি দেউৰী স্বায়ত্ত পৰিষদৰ আসন
  • ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটী ৰেঞ্জাৰলৈ সমহাৰত ইউনিফৰ্ম
  • ক’ভিড ভেকচিনত Front Line Health Workerক জলপানি
  • ১০,৮৫৪গৰাকী ANMক এই জলপানি
  • ৯,৪২০গৰাকী ভেৰিফায়াৰেও লাভ কৰিব জলপানি
  • ৩২,৭০০ আশা কৰ্মীয়েও লাভ কৰিব এই জলপানি
  • অসম আৰোগ্য নিধিৰ পৰা দিয়া হ’ব এই ধন
AssamCabinetDA News PlusGovernment
Comments (0)
Add Comment