ডিজিটেল ডেস্কঃ মহানগৰীত কভিড সংক্ৰমন বৃদ্ধি হোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।
গুৱাহাটীৰ ৪ স্থান ক্ৰমে এএছটিচিৰ ৱৰ্কশ্বপ, GMCH পথ, শ্ৰীমন্তপুৰ পথ, ৰূপ নগৰৰ মূল পথো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।
এই অঞ্চল সমুহত ৭ দিনৰ বাবে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।