২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে

ডিজিটেল ডেস্কঃ২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে ৷ ডুবাইত লক্ষ্ণৌ আৰু আহমেদাবাদ দলৰ নিলাম সম্পন্ন ৷ ৭,০৯০ কোটি টকাত লক্ষ্ণৌ দল, ৫,৬২৫ কোটি টকাত বিক্ৰী আহমেদাবাদ দল ৷ নিলামত BCCI-এ লাভ কৰিলে ১২,৭১৫ কোটি টকা ৷

২০২২ৰ IPLৰ বাবে দুটা নতুন দল ।লক্ষ্ণৌ আৰু আহমেদাবাদ দলে খেলিব IPLত। RPSG Ventures Ltd.-এ ক্ৰয় কৰিলে লক্ষ্ণৌ দল। RPSG Venturesৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৭,০৯০ কোটি টকাত ক্ৰয় কৰে লক্ষ্ণৌ দলক। CVC Capital Partners-এ ক্ৰয় কৰে আহমেদাবাদক।৫,৬২৫ কোটি টকাত ক্ৰয় কৰে আহমেদাবাদ দল।

২ নতুন দলৰ পৰা BCCI-এ পাব ১২,৫০০ কোটি। ডুবাইত সম্পন্ন হয় নতুন দল দুটাৰ নিলাম।২০২২ চনত মুঠ ১০টা দলে খেলিব IPL অহাবাৰ IPLত অনুষ্ঠিত হ’ব মুঠ ৭৪খন খেল ।নতুন দলৰ বাবে উচ্চাৰণ হৈছিল গুৱাহাটীৰ নামো।

DA News PlusIPLNew Team
Comments (0)
Add Comment