NCBৰ কাৰ্যালয়ত শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানি

ডিজিটেল ডেস্কঃ আৰিয়ান খানে কেতিয়া জামিন পাব সেয়া অনিশ্চয়তাত ৷ আৰিয়ানৰ অধিবক্তা ইতিমধ্যে বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ শনিবাৰে NCBৰ কাৰ্যালয়ত উপস্থিত হ’ল শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানি ৷ অনিশ্চয়তাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন। ক্ৰুইজৰ ড্ৰাগছ সংক্ৰান্তীয় গোচৰে জোকাৰিছে দেশ। অনন্যা পাণ্ডেকো মাৰাথন জেৰা NCBৰ। হোৱাটছএপৰ জৰিয়তে ড্ৰাগছৰ কথা পাতিছিল আৰিয়ান আৰু অনন্যাই । NCBৰ কাৰ্যালত শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানি। ইতিমধ্যে বৃহস্পতিবাৰে NCBয়ে শ্বাহৰুখৰ বাসগৃহ মন্নতত অভিযান চলাইছিল।

Aryan KhanDA_News_PlusPooja Dadlani
Comments (0)
Add Comment