ডিজিটেল ডেস্কঃৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ ৷ শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদত নামিছে ৰাজ্যৰ চিকিৎসকসকল ৷ ইয়াৰ পূৰ্বে ১৯ অক্টোবৰতো প্ৰতিবাদত নামিছিল চিকিৎসকসকলে ।
চিকিৎসালয়সমূহৰ বহিঃবিভাগৰ কাম-কাজ বৰ্জনেৰে আমছাৰ আহ্বানত শুকুৰবাৰে প্ৰতিবাদ চিকিৎসকসকলৰ ৷ আন ঠাইৰ লগতে মৰাণতো প্ৰতিবাদত নামিছে চিকিৎসকসকল ৷
টাইম স্কেলত পদোন্নতিৰ ব্যৱস্থা, স্বাস্থ্য ‘ক’ আৰু ‘খ’ বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰা আদিৰ দাবীত প্ৰতিবাদত নামিল চিকিৎসকসকলক ৷