উৎসৱৰ বতৰত শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থান

ডিজিটেল ডেস্কঃ দেশৰ শ্বেয়াৰ বজাৰত এতিয়া অভূতপূৰ্ব উত্থান৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ছেনছেক্সে৷ বৃদ্ধি নিফটীও৷ মাৰ্কিন ডলাৰৰ নিৰিখত টকাৰো বাঢ়িছে মূল্য৷

Sensex প্ৰথমবাৰৰ বাবে ৬১ হাজাৰৰ ওপৰলৈ
Nifty উঠিল ১৮,৩০০লৈ
মাৰ্কিন ডলাৰ নিৰিখত বাঢ়িছে টকাৰ দাম
বৈদ্যুতিক গাড়ী প্ৰকল্পত বিপুল বিনিয়োগ টাটাৰ
অপ্ৰচলিত শক্তি খণ্ডত বিনিয়োগ কৰিব ৰিলায়েন্সে

DA News Plussensex
Comments (0)
Add Comment