গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক। মঙলবাৰে দাসক অপসাৰণৰ সিদ্ধান্ত ল’লে কাৰ্যবাহী পৰিষদে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ গুৰুত্বপূৰ্ণ সভাত লোৱা হৈছে এই সিদ্ধান্ত।

উল্লেখ্য যে, IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ৰূপে চিহ্নিত হৈছিল কন্দৰ্প দাস। পাঠ্যক্ৰম ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে অন্তৰ্ভুক্ত কৰিছিল আইডলত। আইডলৰ প্ৰাক্তন সঞ্চালক আছিল কন্দৰ্প দাস। কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল এই তথ্য।

DA News Plusgauhati universityidol scam
Comments (0)
Add Comment