আজি শ্বিলঙলৈ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, অংশ ল’ব উত্তৰ-পূব পৰিষদৰ অনুষ্ঠানত

ডিজিটেল ডেক্সঃ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ অহা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে আজি শ্বিলঙত অংশগ্ৰহণ কৰিব উত্তৰ-পূব পৰিষদৰ এক অনুষ্ঠানত৷

দেওবাৰে গুৱাহাটীত ভালেকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত নিশাটো তেওঁ কটায় কইনাধৰাৰ চৰকাৰী অতিথিশালাত৷ পুনৰ নিৰ্মাণ কৰা এই অতিথিশালাটোৰ প্ৰথমগৰাকী অতিথি হ’ল উপ-ৰাষ্ট্ৰপতি ৷

DA News PlusM. Venkaiah NaiduShillong
Comments (0)
Add Comment