গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিবা আহমেদলৈ দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ এৱাৰ্ড, ২০২১

ডিজিটেল ডেস্কঃ নাওবৈচাৰ বাসিন্দা ও গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা ছাহিবা আহমেদলৈ দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ এৱাৰ্ড, ২০২১

গ্লবেল চেম্বাৰ্ছ অফ কমাৰ্চৰ উদ্দোগত নতুন দিল্লীত অনুষ্ঠিত হোৱা বটা বিতৰণী অনুষ্ঠানত এই বটা প্ৰদান কৰা হয় ছাহিবা আহমেদলৈ। ছাহিবা হ’ল লখিমপুৰৰ নাওবৈচাৰ বাসিন্দা তথা আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ Governing Board ৰ কাৰ্যবাহী সম্পাদিকা। ইয়াৰ ওপৰিও ছাহিবা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা।

উল্লেখ্য যে, সমাজৰ এগৰাকী সুদক্ষ নাৰী ও সমাজ কৰ্মী হিচাপে বিবেচিত কৰি অধিবক্তা ছাহিবা আহমেদলৈ দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ এৱাৰ্ড ২০২১ প্ৰদান কৰা হয়।

DA News Plusdeen dayal leadership award 2021sahiba ahmed
Comments (0)
Add Comment