আজি জয়ন্ত হাজৰিকাৰ ৭৮ সংখ্যক ওপজা দিন, ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পীগৰাকীক স্মৰণ

ডিজিটেল ডেক্সঃ আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৮ তম জন্মদিন। চানমাৰিৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত সুৰবাহিনীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান।

জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন পৰিয়ালৰ লগতে শিল্পী গৰাকীৰ গুণমুগ্ধ, অনুৰাগী সকলৰ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মনিষা হাজৰিকা,বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ময়ুখ হাজৰিকা, জে পি দাসকে ধৰি বহু অনুৰাগী ৷ জন্মদিনৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত।

DA News PlusJayanta Hazarika
Comments (0)
Add Comment