এইবাৰ মহানগৰীৰ পৰা ছিকিমলৈ বাইক যাত্ৰা ৰেড লেভেল বাইকাৰছ গ্ৰুপৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা ছিক্কিমলৈ বাইক যাত্ৰা ৰেড লেভেল বাইকাৰছ গ্ৰুপৰ। শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ড্ৰাগছ মুক্ত সমাজ নিৰ্মাণৰ লক্ষ্যৰে এই যাত্ৰা।

নেহেৰু ষ্টেডিয়ামত ৰেড লেভেল বাইকাৰছ গ্ৰুপৰ বাইক যাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভনি কৰে Da News Plusৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

ৰেড লেভেল বাইকাৰছ গ্ৰুপৰ সদস্য়সকলে পুৱা ৬:৩০ বজাতেই নেহেৰু ষ্টেডিয়ামৰ পৰা ছিকিমলৈ আৰম্ভ কৰিছে এই বাইক যাত্ৰা। ৰেড লেভেল বাইকাৰছ গ্ৰুপৰ এই উদ্দেশ্য সফল হোৱাৰ কামনা কৰিছে সকলোৱে।

bikersDA News Plusfrom assam to sikkim
Comments (0)
Add Comment