কেৱল ৰাজ্য নহয় দেশৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ

ডিজিটেল ডেক্সঃ এতিয়াৰে পৰা দেশৰ প্ৰতিভা সম্পন্ন কোনো খেলুৱৈ ধন বা প্ৰশিক্ষকৰ অভাৱত পিছ পৰি থাকিব নালাগে। কাৰণ উত্তৰ গুৱাহাটীৰ জলাহত স্থাপন কৰা হৈছে সৰ্ব ভাৰতীয় পৰ্যায়ৰ এখন ক্ৰীড়া স্কুল। এই স্কুল খনৰ নাম দিয়া হৈছে ‘Assam Warrior Sports Academy’

এই স্কুল খনত প্ৰশিক্ষণৰ বাবে খেলুৱৈ সকলে অন লাইন বা অফ লাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব। প্ৰতিভা সম্পন্ন খেলুৱৈ সকলে বিনামূলীয়াকৈ প্ৰশিক্ষণ লব পাৰিব এই স্পৰ্টছ একাডেমি খনত।

‘Assam Warrior Sports Academy’ ৰ মূল উদ্দেশ্য হৈছে দেশত ক্ৰীড়া জগতৰ প্ৰতি খেলুৱৈ সকলক আগ্ৰহী কৰি তোলা।প্ৰতিভাৱান খেলুৱৈ সকলক নিজৰ প্ৰতিভাৰ বিকাশ কৰাত সহায় কৰা।

Assam Warrior Sports AcademyDA News Plus
Comments (0)
Add Comment