ক’ভিড বিধি শিথিল কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সম্পূৰ্ণ UNLOCKৰ সম্ভাৱনা

ডিজিটেল ডেক্সঃ ক’ভিড বিধি শিথিল কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সম্পূৰ্ণ UNLOCKৰ সম্ভাৱনা।
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চলিব আন্তঃজিলা বাছ চলাচল, শিক্ষানুষ্ঠানৰ চূড়ান্ত শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ লগতে কাৰ্ফিউৰ সময় হ্ৰাস কৰাৰো সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

ইপিনে, জনসাধাৰণক ক’ভিড বিধি মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ক’ভিড বিধি নামানিলে পুনৰ লডকাউন দিয়াৰ সকীয়নি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই কথা।

AssamCovidDA News PlusLockdownUnlock
Comments (0)
Add Comment