১ ছেপ্টেম্বৰত প্ৰকাশ পাব নতুন SOP

ডিজিটেল ডেক্সঃ ৰাজ্যত ১ ছেপ্টেম্বৰত পুনৰ প্ৰকাশ পাব নতুন SOP ।
অৱশ্যে সম্পূৰ্ণ আন’লক হোৱাৰ সম্ভাৱনা অস্বীকাৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।
কিছু কিছু ক্ষেত্ৰত শিথিলতা বাঢ়িব বুলি মন্তব্য স্বাস্থ্যমন্ত্রীৰ। ইপিনে ৰাজ্য চৰকাৰ ক’ভিডৰ তৃতীয় ঢৌৰ মোকবিলা কৰিবলৈ সম্পূৰ্ণ সাজু বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।
পষ্ট ক’ভিড চিকিৎসাৰ বাবে ইতিমধ্যে কালাপাহাৰ হাস্পতাল সাজু কৰি তোলা হৈছে । এই মন্তব্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Keshab MahantaNew SOPnew sop assam
Comments (0)
Add Comment