বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিজিটেল ডেক্সঃ বোকাখাতৰ যুগালতীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত দুৰ্ঘটনাস্থলীত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন যুগালাটিৰ নিবাসী ৰমেশ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নিশা মটৰ চাইকেলেৰে ৰমেশ মুণ্ডা ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল। নিশাৰ অন্ধকাৰৰ বাবে মুণ্ডাই পথৰ দাঁতিত থকা পকী খুঁটাত খুন্দা খোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাতো।

AccidentBokakhatDA News PlusSpot Death
Comments (0)
Add Comment