শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী সিংঘালৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মন্ত্ৰী অশোক সিংঘালৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত। অভিযন্তাক লগত লৈ জলসিঞ্চন বিভাগক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী সিংঘালৰ।

ৰঙা ফিটাৰ মেৰপাকৰপৰা মুক্ত কৰি বিভাগটোক কৃষকৰ বন্ধুৰূপে গঢ়ি তোলাৰ অংগীকাৰ মন্ত্ৰীগৰাকীৰ। শীঘ্ৰে কেইবাটাও প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Ashok_SinghalDA News Plus
Comments (0)
Add Comment