ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী, ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা

◾️ ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী
◾️ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা
◾️ স্বাধীনতা দিৱসৰ ৰাজ্যিক অনুষ্ঠানত ১৫০০ লোকৰ অনুমতি
◾️ মুকলি খেলপথাৰত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী
◾️ জিলা পৰ্যায়ৰ কাৰ্যসূচীত ৫০০ লোকৰ সমাৱেশৰ অনুমতি
◾️ মহকুমা পৰ্যায়ৰ কাৰ্যসূচীত সমবেত হ’ব পাৰিব ৩০০ লোক
◾️ অন্যান্য ঠাইৰ অনুষ্ঠানত থাকিব পাৰিব ২০০জন লোক
◾️ বন্ধ হল, প্ৰেক্ষাগৃহৰ অনুষ্ঠানত ৫০ শতাংশ লোকৰ অনুমতি
◾️ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ লোৱা লোকৰ ক্ষেত্ৰত ৰেহাই
◾️ কাৰ্ভিউ আৰু যান-বাহনৰ নিয়মৰ ক্ষেত্ৰত ৰেহাই এইসকলক

DA News PlusGuidelineIndependence day
Comments (0)
Add Comment