পুনৰ মূলসুঁতিলৈ উভতিলে NLFBৰ ২০ সদস্য

ডিজিটেল ডেস্কঃ আজি মূলসুঁতিলৈ উভতিলে NLFBৰ ২০ সদস্য। কোকৰাঝাৰৰ টিপকাইত চৰকাৰক জমা দিব অস্ত্ৰ-শস্ত্ৰ। আটাইকে লৈ যোৱা হ’ব কোকৰাঝাৰৰ ডেজিগনেটেড কেম্পলৈ। শীঘ্ৰেই সংগঠনটোৰ আৰু সদস্য মূলসুতিলৈ অহাৰ সম্ভাৱনা।

টিপকাইত উপস্থিত কোকৰাঝাৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়া। উপস্থিত আছে NLFBৰ শীৰ্ষ নেতা এম বাথা, বিক্ৰম ইছলাৰী। ইতিমধ্যে মূলসুঁতিলৈ উভতিছে NLFBৰ ৫৫জন নেতা-সদস্য।

DA News PlusNLFBOver ground
Comments (0)
Add Comment