ক’ৰোনা! ২৪ ঘণ্টাত অসমত ১,১২০ আক্ৰান্ত, মৃত্যু ১৭গৰাকীৰ

  • ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত
  • সোমবাৰে ক’ভিড পজিটিভিটীৰ হাৰ ০.৮০%
  • ২৪ ঘণ্টাত ১,১২০ আক্ৰান্ত, মৃত্যু ১৭গৰাকীৰ
  • আক্ৰান্তসকলৰ ১৯৭গৰাকী কামৰূপ মহানগৰৰ
  • বৰপেটাত ৭৪, গোলাঘাটত ৬৮, লখিমপুত ৬৭ আক্ৰান্ত
  • শিৱসাগৰত ৬৩, কামৰূপত ৫৩, ডিব্ৰুগড়ত ৫১ আক্ৰান্ত
  • ১,৪০,৪৫৪গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন
  • ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯৭.১৩%
AssamCovidDA News Plus
Comments (0)
Add Comment