- শিক্ষান্ত পৰীক্ষাত ৯৯.৪০% উত্তীৰ্ণৰে বিশ্বনাথ শীৰ্ষত
- শিক্ষান্ত পৰীক্ষাত ৯৮.৯১%ৰে বাক্সা দ্বিতীয় স্থানত
- ৯৮.০৯%ৰে তালিকাৰ তৃতীয় স্থানত ডিব্ৰুগড় জিলা
- ৯৭.৭৭%ৰে উত্তীৰ্ণ তালিকাৰ চতুৰ্থ স্থানত শিৱসাগৰ
- ৯৭.৬৬%ৰে তালিকাৰ পঞ্চম স্থানত মাজুলী, চিৰাং
- ৯৭.৩৯%ৰে তালিকাৰ ষষ্ঠ স্থানত হাইলাকান্দি
- ৯৭.১৮%ৰে তালিকাৰ সপ্তম স্থানত নলবাৰী
- ৯৬.৮৯%ৰে তালিকাৰ অষ্টম স্থানত ধেমাজি
- ৯৬.৫৫%ৰে তালিকাৰ নৱম স্থানত যোৰহাট
- ৯৬.৩৩%ৰে তালিকাৰ দশম স্থানত দৰং