কৃষকৰ হাহাকাৰ ! পানীৰ অভাৱত ছিঁৰাল ফাট কৃষিভূমিত,বৰষুণৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৃষকৰ

হোজাই জিলাৰ কাকীত পানীৰ বাবে কৃষকৰ হাহাকাৰ অবস্থা। পানীৰ অভাৱত ছিঁৰাল ফাট মেলিছে কৃষিভূমিত। বৃহত্তৰ কাকী অঞ্চলৰ প্ৰায় নব্বৈ শতাংশ ৰাইজ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল যদিও এইবেলি পানীৰ অভাৱত খেতি কৰিব পৰা নাই ৰাইজে ৷ অঞ্চলটোৰ কৃষক ৰাইজে এতিয়া বৰষুণৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৷

DA News PlusFarmerkaki
Comments (0)
Add Comment