৩১ জুলাইত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ডিজিটেল ডেস্কঃ ৩১ জুলাইত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। পুৱা ৯ বজাত পৰীক্ষাকেন্দ্ৰত উপলব্ধ হ’ব ফলাফল। উল্লেখ্য যে, ২,৪৯,৮১২ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ব’ৰ্ডৰ সভাত লোৱা হৈছে এই সিদ্ধান্ত।

ইয়াৰে বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী ৩৮,৪৩০গৰাকী, কলা শাখাৰ পৰীক্ষাৰ্থী ১,৯১,৮৫৫গৰাকী আৰু বাণিজ্য শাখাত আছে ১৮,৪৪৩গৰাকী পৰীক্ষাৰ্থী।

বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থীয়ে ৱেবছাইটযোগেও লাভ কৰিব ফলাফল। ৮টা ৱেবছাইটত শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট। ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইট কেইটা হৈছে-

AssamDA News PlusExamHS
Comments (0)
Add Comment