বাইহাটাৰ APDCL উপ-সংমণ্ডলৰ মৰণফান্দ, ভগা বিদ্যুতৰ খুঁটাত লাগি আছে ১১,০০০ বিদ্যুতৰ তাঁৰ

বাইহাটা চাৰিআলিৰ APDCL উপ-সংমণ্ডলৰ ভয়ংকৰ কাণ্ড ৷ কেন্দুকোনা-চাংসাৰি পথৰ বৰডেকপাৰত ভগা বিদ্যুতৰ খুঁটাত লাগি আছে ১১ হাজাৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৷

যিকোনা মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়াৱহ ঘটনা ৷ বিষয়টোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কাণসাৰ নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷

APDCLBaihataDA News Plus
Comments (0)
Add Comment