এছ আই কেলেংকাৰিত অভিযুক্ত ধ্ৰুৱজ্যোতি বৰুৱাৰ আত্মসমৰ্পণ

ডিজিটেল ডেস্কঃ এছ আই কেলেংকাৰিত অভিযুক্ত ধ্ৰুৱজ্যোতি বৰুৱাৰ আত্মসমৰ্পণ৷ সোমবাৰে বিশেষ আদালতত আত্মসমপৰ্ণ কৰে ধ্ৰুৱজ্যোতি বৰুৱাই৷ দীৰ্ঘদিনে পলাতক হৈ আছিল অভিযুক্ত ধ্ৰুৱজ্যোতি বৰুৱা৷

দীৰ্ঘদিনে চিআইডিৰ চাৰ্জশ্বীটত পলাতক হিচাপে আছিল ধ্ৰুৱজ্যোতি বৰুৱাৰ লগতে নৃপেন নাথ আৰু ৰফিকুল ইছলাম নামৰ আন দুই অভিযুক্ত৷ সোমবাৰে ধ্ৰুৱজ্যোতি বৰুৱাই আত্মসমৰ্পণ কৰাৰ বিপৰীতে এতিয়াও পলাতক হৈ আছে এছ আই কেলেংকাৰিৰে জড়িত আন দুগৰাকী অভিযুক্ত৷

CourtDA News PlusSI Scam
Comments (0)
Add Comment