ওদালগুৰিত ১১খন চুৰি বাইকসহ আটক গভাইত চোৰ

ডিজিটেল সংবাদ, তেজপুৰ: ওদালগুৰিত ১১খন চুৰি বাইকসহ আটক এটা গভাইত চোৰ। ওৰাং আৰক্ষীয়ে মাজবাটৰ পৰা উদ্ধাৰ কৰে এই চুৰি বাইকসমূহ।

জানিব পৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি ওৰাং থানাৰ আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত চলিছিল এক অভিযান। আটক চোৰটো মনোজ গুৰুং ওৰফে বাবলু বুলি জানিব পৰা গৈছে।

ArrestedBike stolenDA News PlusTezpur University
Comments (0)
Add Comment