অভয়াপুৰীত চাঞ্চল্যকৰ ডকাইতি, তিনি যুৱকৰ পৰা ডকাইতে লুটিলে নগদ ধন

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা। এইবাৰ অভয়াপুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি৷ ডকাইতৰ দলে তিনিজন যুৱকৰ পৰা লুটি নিলে ২৫ হাজাৰ টকা আৰু ৪টা মোবাইল৷

এখন বলেৰ’ পিকআপ বাহনত আহি আছিল যুৱককেইজন৷ তেতিয়াই আক্ৰমণ চলায় ডকাইতৰ দলটোৱে৷ এই আক্ৰমণত আহত হয় গাড়ীখনৰ চালক৷ পুৱাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

AbhyapuriDA News PlusDacoit
Comments (0)
Add Comment