ফলাফল ঘোষণা কৰাত ধনৰ লেন-দেন কৰাৰ অভিযোগ! গৰৈমাৰীত ২জন অধ্যক্ষক আটক

  • দক্ষিণ কামৰূপতো পৰীক্ষাৰ ফলাফলত কেলেংকাৰিৰ অভিযোগ
  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বৃহৎ কেলেংকাৰি
  • কেলেংকাৰিৰ ঘটনাক লৈ ছয়গাঁও আৰক্ষীৰ অভিযান
  • গৰৈমাৰীত ছয়গাঁও আৰক্ষীয়ে চলাইছে এই অভিযান
  • অভিযানত বহু আপত্তিজনক নথি-পত্ৰ জব্দ
  • গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক আটক
  • আটক অধ্যক্ষ আক্কাছ আলী আহমেদক
  • আটক কৰা হৈছে আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষককো
  • প্ৰধান শিক্ষক দোস্ত হবিবৰ ৰহমানক আটক
  • ফলাফল ঘোষণা কৰাত ধনৰ লেন-দেন কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে
DA News PlusDetainedSoontoliTeacher
Comments (0)
Add Comment