নাজিৰাত জাপানিজ এনকেফেলাইটিছৰ আতংক

ডিজিটেল সংবাদ, নাজিৰা: কাল ক’ৰোনাৰ সংহাৰৰ মাজতে এইবাৰ জাপানিজ এনকেফেলাইটিছৰ আতংক। নাজিৰাত এনকেফেলাইটিছৰ আতংক। এনকেফেলাইটিছৰ আতংকত সম্প্ৰতি চিন্তিত নাজিৰাবাসী।

নাজিৰাৰ শিমলুগুৰিত এনকেফেলাইটিছত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু। নিহত মহিলাগৰাকী শিমলুগুৰিৰ চেতিয়া সন্দিকৈ গাঁৱৰ বিজয়া গগৈ(৬১)।

বিগত কেবাদিন ধৰি জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিজয়া গগৈ। নাজিৰা চানবছা গাঁৱতো এনকেফেলাইটিছত আক্ৰান্ত আন এগৰাকী মহিলা। আক্ৰান্ত মহিলাগৰাকীৰ নাম জোনালী গগৈ (৬৮)।

DA News PlusJapanese EncephalitisNazira
Comments (0)
Add Comment