ছিপাঝাৰত বিধায়ক পদ্ম হাজৰিকা,পৰিদৰ্শন কৰিলে গৰুখুঁটিৰ পশু চিকিৎসা কেন্দ্ৰ

ছিপাঝাৰত বিধায়ক পদ্ম হাজৰিকা ৷ ছিপাঝাৰৰ গৰুখুঁটিত  উপস্থিত হৈ বিধায়ক হাজৰিকাই পৰিদৰ্শন কৰিলে গৰুখুঁটিৰ পশু চিকিৎসা কেন্দ্ৰ ৷

ধলপুৰ শিৱমন্দিৰৰ দাঁতিকাষৰীয়া ভূমিত স্থাপন কৰিবলগীয়া বহুমুখী কৃষি পামখনৰ বিষয়ে তেওঁ আলোচনা কৰে স্থানীয় লোকসকলৰ সৈতে ৷ শীঘ্ৰেই এই পামখনৰ কাম আৰম্ভ হ’ব বুলি তেওঁ ঘোষণা কৰে ৷

DA News PlusPadma HazarikaSipajhar
Comments (0)
Add Comment