Breaking এইবাৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নগাঁৱৰ পলাশনীত মৰিগাঁও আৰক্ষীৰ গুলীচালনা। এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। বাহনখনত অহা ৪ জন লোকক আটক কৰিছে আৰক্ষীয়ে।

বাহনখনৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন স্কুতি। ঘটনাৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

সৱিশে তথ্যৰ বাবে অপেক্ষা কৰক

Assam Breaking NewsDA News PlusNagaon Firing
Comments (0)
Add Comment